Showing posts with label বিনোদন. Show all posts
Showing posts with label বিনোদন. Show all posts

Monday, January 20, 2025

 অস্কাৰ অনুষ্ঠান বাতিল

অস্কাৰ অনুষ্ঠান বাতিল

 অস্কাৰ অনুষ্ঠান বাতিল

বিনোদন ডেস্ক, ১৯ জানুৱাৰীঃ ইতিহাসত প্ৰথমবাৰৰ বাবে বাতিল হবলৈ ওলাইছে অস্কাৰ। লছ এঞ্জেলছত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ বাবে এইবাৰ বাতিল কৰা হব ৯৬ বছৰীয়া এই অনুষ্ঠান। লছ এঞ্জেলছে বৰ্তমান কল্পনাতীত ক্ষতিৰ সন্মুখীন হৈছে। সেয়েহে সিদ্ধান্ত লোৱা হৈছে যে এই অনুষ্ঠানৰ বাবে যি খৰচ হয় সেই পুঁজিৰ পৰা ক্ষতিপূৰণ হিচাপে পৰিশোধ কৰব

প্ৰসংগক্ৰমে ২০২১ চনত যেতিয়া সমগ্ৰ বিশ্বতে লকডাউনৰ পৰিস্থিতি অব্যাহত আছিল, তেতিয়া অস্কাৰ বাতিলৰ পৰিৱৰ্তে দুমাহ পিছুৱাই দিয়া হৈছিল। ইফালে এক প্ৰতিবেদন অনুসৰি যদিও অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ, তথাপিও ১ লাখ ৪০ হাজাৰ পাউণ্ডৰ গুডী বেগ বাতিল কৰা হব। এই গুডি বেগ সমূহৰ ভিতৰত আছে চুইছ আল্পছত তিনি ৰাতি থকা, কচমেটিক চাৰ্জাৰী, গহনা আৰু ১২২০ ডলাৰৰ বাৰ্বিকিউ গ্ৰীল।

কিন্তু বৰ্ডৰ সদস্যসকলে এই পৰিস্থিতিত এই গুডী বেগবোৰ প্ৰয়োজনীয় বুলি অনুভৱ কৰা নাই লছ এঞ্জেলছৰ অগ্নিকাণ্ডত মেণ্ডী মূৰ, পেৰিছ হিল্টনকে ধৰি বহু ঘৰ ধ্বংস হয়। এই পৰ্যন্ত ২৫ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু জৰুৰীকালীন সেৱাও অচল অৱস্থা হৈছে।

 


Monday, October 28, 2024

 

বিশ্বৰ আটাইতকৈ ধনী গায়িকা

বিনোদন ডেস্ক: টেইলৰ চুইফটে এটাৰ পিছত এটাকৈ মাইলৰ খুঁটি স্থাপন কৰিছে। এইবাৰ তাই পৃথিৱীৰ আটাইতকৈ ধনী গায়িকা হিচাপে স্বীকৃতি লাভ কৰিবলৈ ওলাইছে। কিছুদিনৰ পাছত তেওঁক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হব। এই পপ তাৰকাগৰাকীৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১.৬ বিলিয়ন ডলাৰবাংলাদেশী টকাত প্ৰায় ২ হাজাৰ কোটি।