Monday, January 20, 2025

ইডেনত উপস্থিত ভাৰতীয় দল

 

ইডেনত উপস্থিত ভাৰতীয় দল


বি. চি ডেস্ক, ১৯ জানুৱাৰীঃ অহা ২২ জানুৱাৰীত ইডেন গাৰ্ডেনত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ খেলিব ভাৰতীয় দলটোৱে। কালি কলকাতাত উপস্থিত হয় ভাৰতীয় দলটো। তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত ক্ৰিকেটাৰসকলে নিজকে পলিচ কৰিব।

ভাৰতীয় দলৰ নেতৃত্বত আছে সূৰ্যকুমাৰ যাদৱে। সেই অৰ্থত তাৰকা ক্ৰিকেটাৰজনক দলত দেখা নাযায় যদিও টিকটৰ চাহিদা ভাল।

আন এক সূত্ৰৰ মতে, বিচিচিআই চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত কোনে স্থান লাভ কৰিব সেই কথা ঘোষণা কৰিব পাৰে। হয়তো ৰোহিত শৰ্মাই ভাৰতীয় দলৰ নেতৃত্ব দিব।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: